মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

সাধাৰণ সেৱা কেন্দ্ৰ

  • ভাৰতৰ গ্ৰাম্য অঞ্চলৰ লোকসকলৰ সহায়ৰ উদ্দেশ্যে ইণ্টাৰনেট আৰু তথ্য-প্ৰযুক্তিৰ অন্যান্য সামগ্ৰীৰে সমৃদ্ধ থকা সাধাৰণ সেৱা কেন্দ্ৰসমূহ হৈছে চৰকাৰী, ব্যক্তিগত আৰু সামাজিক খণ্ডত সৰ্বতোপ্ৰকাৰৰ সহায় আগবঢ়োৱা এক সৰবৰাহকাৰী খণ্ড । তথ্য-প্ৰযুক্তি বিভাগৰ ‘অৰুণোদয় সাধাৰণ সেৱা কেন্দ্ৰ’ য়ে সমগ্ৰ ৰাজ্যজুৰি ৪৩৭৫ টা সাধাৰণ সেৱা কেন্দ্ৰৰ স্থাপনৰ প্ৰচেষ্টা হাতত লৈছে। সাধাৰণ সেৱা কেন্দ্ৰসমূহ কেৱল মাত্ৰ এক কেন্দ্ৰই নহয়, প্ৰয়োজন সাপেক্ষে গ্ৰাম্য উন্নয়নক সমৰ্থন কৰা, গ্ৰামীণ ক্ষমতা আৰু জীৱিকা বৃদ্ধি কৰা আদি কাৰ্যৰ দ্বাৰা এক পৰিৱৰ্তনকাৰী প্ৰতিনিধি হিচাপেও কাৰ্যনিবাহ কৰে। বৰ্তমানলৈকে ৩৯৭৯ টা সাধাৰণ সেৱা কেন্দ্ৰৰ ভিতৰত ২৮৪১ টা সেৱা কেন্দ্ৰ সক্ৰিয় ৰূপত আছে।

    জি২চি সেৱাৰ মহাসমাবেশৰ উপৰিও চিএচচি নিৰ্দেশিকাসমূহত বিভিন্ন প্ৰকাৰৰ সামগ্ৰী তথা সেৱাৰ পৰিকল্পনা কৰা হৈছে, যাক তলত সূচীবদ্ধ ৰূপত প্ৰদৰ্শন কৰা হৈছে: