তথ্য কেন্দ্ৰ হৈছে এটা য’ত বিভিন্ন জ্ঞানসম্পৰ্কীয় তথ্য সমূহ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ পৰা প্ৰয়োজন অনুসাৰে বিতৰণ কৰাৰ নতুবা প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হয়।
এমট্ৰন তথ্য কেন্দ্ৰ হৈছে ৯৯.৭ শতাংশ প্ৰত্যাশিত উপলব্ধতাৰে এটা দ্বিতীয় পৰ্যায়ৰ তথ্য কেন্দ্ৰ। এমট্ৰন তথ্য কেন্দ্ৰই ১০৫ টা চাৰ্ভাৰৰ যোগেদি সমগ্ৰ নেটৱৰ্ক সেৱা আগবঢ়োৱাৰ লগতে সুৰক্ষা ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ সকলো নেটৱৰ্ক ব্যৱস্থা সকলো প্ৰকাৰৰ ব্যৰ্থতা প্ৰতিৰোধ কৰিব পৰাকৈ গঢ়ি তোলা হৈছে।
এমট্ৰন তথ্য কেন্দ্ৰয়ে ইত্যাদি ই-শাসন আচঁনি সামৰি লৈছে আৰু এই সেৱা সপ্তাহৰ প্ৰতিটো দিনৰ ২৪ ঘণ্টাই উপলব্ধ। ই সম্পূৰ্ণৰূপে ক্লাউড সক্ষম আৰু ইয়ে সেৱা হিচাপে আধাৰিক সংৰচনাৰ যোগান ধৰিব পাৰে। এমট্ৰন তথ্য কেন্দ্ৰই ই-শাসন আচঁনিৰ বাবে ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্কৰ পৰা ১ গিগাবাইট প্ৰতি ছেকেণ্ড ক্ষমতাসম্পন্ন ইণ্টাৰনেট বেণ্ডউইথ ব্যৱহাৰ কৰিছে আৰু ২০০ মেগাবাইট আৰু ১৫৫ মেগাবাইট অন্য যোগান ধৰোতাৰ পৰা সংগ্ৰহ কৰি সেয়া ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰিছে।
এডিচি য়ে হোষ্ট কৰা ই-গভাৰ্নেন্স প্ৰকল্প:
এডিচি য়ে হোষ্ট কৰা ই-গভাৰ্নেন্স প্ৰকল্প |