মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

বিষয়বস্তু পৰিচালনা

অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ দ্বাৰা আৰ্হি গঠন, উন্নতকৰণ আৰু হোষ্ট হোৱা অন্তনিহিত মূল বস্তু পৰিচালনা নীতি হৈছে অসম চৰকাৰৰ অসম ইলেকট্ৰনিক্স বিকাশ নিগম লিমিটেডৰ চৰকাৰী ৱেবচাইট। জনসাধাৰণলৈ তথ্য যোগান ধৰাৰ উদ্দেশ্যে এই চাইটৰ উত্তৰণ ঘটোৱা হৈছে। অসম ইলেকট্ৰনিক্স বিকাশ নিগম লিমিটেড আৰু ইয়াৰ বিভিন্ন দল সংগঠনৰ বিষয়ে নিৰ্ভৰযোগ্য, বিস্তৃত আৰু সঠিক তথ্য জনসাধাৰণক এই চাইটৰ মাধ্যমেৰে প্ৰদান কৰাৰ উদ্দেশ্যে স্থিৰ কৰা হৈছে।

ইয়াৰ বিভিন্ন দল আৰু বিভাগৰ সহযোগত এই চাইটৰ ভিতৰৰ মূল কথাই প্ৰাণ পাই উঠিছে। অন্তৰ্নিহিত বস্তুৰ ক্ষেত্ৰ, আৰ্হি বা নক্সা আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়মিতভাৱে এই চাইটৰ বিকাশ আৰু চহকীকৰণেই আমাৰ প্ৰয়াস।

Content Contribution, Moderation & Approval Policy (CMAP) (233 KB)

PDF ফাইল যিয়ে নতুন পেজত খোলা যাব

Content Review Policy (CRP)(222 KB) 

PDF ফাইল যিয়ে নতুন পেজত খোলা যাব

Content Archival Policy (CAP) (196 KB)

PDF ফাইল যিয়ে নতুন পেজত খোলা যাব

ৱেবচাইট তথ্য ব্যৱস্থাপক  

শ্ৰী ববিতা গোস্বামী
ব্যৱস্থাপক
অসম ইলেকট্ৰনিক্স বিকাশ নিগম লিমিটেড
উদ্যোগ পাম, বামুণীমৈদাম
অসম, গুৱাহাটী – ৭৮১০২১