শ্ৰীযুত কেশৱ মহন্ত
তথ্য-প্ৰযুক্তি বিভাগ, অসম
অসম চৰকাৰ, অসম সচিবালয় (চিভিল)
ব্লক-চি, দ্বিতীয় মহলা, দিশপুৰ
গুৱাহাটী- ৭৮১০০৬
অসম
দুৰভাষ: ০৩৬১-২২৩৭৩১৬
১৯৯৬ বৰ্ষত অসম গণ পৰিষদৰ সদস্য ৰূপে শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া অসমৰ কলিয়াবৰ সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত নিৰ্বাচিত হৈছিল। ২০০৬ চনত তেখেত কলিয়াবৰ সমষ্টিৰ পৰাই অসম বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচিত হয়। ২০১৬ বৰ্ষত মহন্ত ডাঙৰীয়াই পুনৰবাৰ নিৰ্বাচনত জয়ী হয় আৰু কলিয়াবৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। বৰ্তমানে তেখেত অসম চৰকাৰৰ তথ্য ও প্ৰযুক্তি, বিজ্ঞান ও প্ৰযুক্তি আৰু জল সম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।