জিএআৰআইআইএএচআই য়ে জিআইএচ ব্যৱহাৰ কৰি থকা বা ব্যৱহাৰ কৰিব বিচৰা সংস্থাসমূহৰ বাবে বিভিন্ন কাৰ্য প্ৰদান কৰে যাক স্থানীয় তথ্যসমূহৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু ই হৈছে সিদ্ধান্ত গ্ৰহণৰ বাবে এক অবিচ্ছেদ্য অংগ। ভেক্টৰ আৰু ৰাষ্টাৰৰ একক শক্তিৰে জিএআৰআইআইএএচআই য়ে সুনিপুনতাৰে প্ৰাথমিক আৰু অগ্ৰৱৰ্তী কাৰ্যসমূহ দ্ৰুতগতিৰে আৰু শুদ্ধতাৰে সম্পন্ন কৰে।
তলত উল্লেখিত তালিকাখনত ইয়াৰ উদ্দেশ্যসমূহ বৰ্ণনা কৰা হৈছে-
সংস্কৰণ: ১.০
ৱেবচাইট: www.gariiasi.in
জিআইএচ আৰু বিশ্লেষণৰ মূল বৈশিষ্ট্যসমূহ: