উত্তৰ-পূৰ্বাঞ্চলত কম্পিউটাৰ সজাগতা বৃদ্ধি আৰু এক মানদণ্ডপূৰ্ণ শিক্ষা ব্যৱস্থা গঢ় দিয়াৰ উদ্দেশ্যে এমট্ৰনে কম্পিউটাৰ সাক্ষৰতাৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰিছে। এমট্ৰনে ব্যক্তিগত ব্ৰেণ্ড কিছুমানৰ অধীনত কম্পিউটাৰ শিক্ষাৰ উপৰিও ইয়াৰ নিজা পৰিধিৰ ভিতৰত “অ’, এ আৰু বি” পৰ্যায়ত এনআইঈএলআইটি (NEILIT) শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিছে। এমট্ৰনে শিক্ষাবিদসকলৰ সহযোগত “অ’পেন চ’ৰ্চ, নেটৱৰ্কিং আৰু মাল্টিমিডিয়া” ৰ লেখীয়া আগবঢ়োৱাৰ অভিলাষী আচঁনি আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এমট্ৰনৰ দ্বাৰা বিকশিত বিভিন্ন পাঠ্যক্ৰম সমূহ: