সামগ্ৰিক তথ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এমট্ৰন এক অন্যতম কেন্দ্ৰ বিন্দু। উত্তৰ-পূৰ্বাঞ্চল এলেকাত বিস্তৃত পৰিসেৱা প্ৰদানৰ বাবে সাম্প্ৰতিক সময়ত তথ্য প্ৰক্ৰিয়াকৰণ কৰ্মযোজনাৰ উন্নয়ন কৰা হৈছিল।
এমট্ৰনে লিখিত পৰীক্ষাসমূহক বৰ্তমান কম্পিউটাৰাইজড ৰূপেৰে বিকশিত কৰিছে আৰু ৫ লাখৰো অধিক আবেদনৰ বিৱৰণসমূহক ডিজটেল ৰূপ দিছে, যাতে অসম চৰকাৰৰ বিভিন্ন পদৰ প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ৩০ তকৈও অধিক পৰীক্ষা অনুস্থিত কৰিব পৰা যায়। এমট্ৰনে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ বিভিন্ন পদৰ নিৰ্বাচনৰ অৰ্থে ১৫০০ ৰো অধিক প্ৰাৰ্থীৰ বাবে বিভিন্ন কম্পিউটাৰ দক্ষতা পৰীক্ষা (স্বয়ংক্ৰিয় টাইপিং দক্ষতা সহ) পৰিচালনা কৰিছে।
সফলতাৰে সম্পন্ন হোৱা মুল ইলেকট্ৰনিক তথ্য প্ৰক্ৰিয়াকৰণৰ আচঁনিসমূহ:
Title | Size | Detail |
---|---|---|
ইলেকট্ৰনিক তথ্য প্ৰক্ৰিয়াকৰণৰ মূল আচঁনিসমূহ | 99.61 KB |