এমট্ৰন ব্ৰডবেণ্ড সেৱাই যিকোনো মানুহৰ প্ৰয়োজনীয়তা সমূহ পূৰণ কৰিবৰ বাবে বহুটো পৰিকল্পনাৰ প্ৰৱৰ্তন ঘটাইছে।
এমট্ৰন ব্ৰডবেণ্ড অৰ্থনীতি (১ মেগাবাইট প্ৰতি ছেকেণ্ড পৰ্যন্ত)
হোম প্লেন-১ | ৩০ দিন | ১৯৭.১২ টকা |
ফ্ৰিডম (তীব্ৰ গতি) | ৩০ দিন | ৫৮১.৮০ টকা |
হোম আনলিমিটেড* | ৩০ দিন | ৮৯২.৯৭ টকা |
হোম আনলিমিটেড ৩৬৫** | ৩৬৫ দিন | ৮৯২৯.৬৫ টকা |
এমট্ৰন প্ৰিমিয়াম (২ মেগাবাইট প্ৰতিছেকেণ্ড পৰ্যন্ত)
এমট্ৰন ব্ৰডবেণ্ড হোম ফ্ৰেণ্ডলি (২ মেগাবাইট প্ৰতি ছেকেণ্ড পৰ্যন্ত)
এমট্ৰন ব্যৱসায়িক পৰিকল্পনা (২ মেগাবাইট প্ৰতি ছেকেণ্ড পৰ্যন্ত)
এমট্ৰন ব্যৱসায়িক পৰিকল্পনা (সময় সাপেক্ষে ইণ্টাৰনেট পৰিধি) (২ মেগাবাইট প্ৰতি ছেকেণ্ড পৰ্যন্ত)
এমট্ৰন ব্ৰডবেণ্ড ডাইনেমিক আনলিমিটেড পৰিকল্পনা
যোগাযোগকাৰী ব্যক্তি:
মেজিক চাৰ্ফ কল চেণ্টাৰ
+৯১-৮৭২১০ ৮৬৩১৩
অৰুপ কুমাৰ বৰ্মন
(অতিৰিক্ত প্ৰৱন্ধক)
arup.barman@amtron.in
বহ্নিমান দাস
(বিপণন আৰু ব্যৱসায় উন্নয়ন কাৰ্যনিৰ্বাহক)
bahniman.das@amtron.in