মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

ই-প্ৰশাসন

তথ্য-প্ৰযুক্তি উদ্যান

তথ্য-প্ৰযুক্তি বিভাগে কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অধীনৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ সমীপৰ বাংগাৰা গাওঁৰ এশ বিঘা মাটিত তথ্য-প্ৰযুক্তি উদ্যান স্থাপন কৰাৰ অভিলাষী আচঁনিৰ কাম আৰম্ভ কৰিছে। আৰু ইয়াৰ বাবে বিগত ২০১৩ বৰ্ষৰ ২২ মাৰ্চ তাৰিখে এই ভূমি এমট্ৰনক কাৰ্য সম্পাদনৰ বাবে অৰ্পন কৰা হয়। ২০১৪-১৫ বৰ্ষত বাংগাৰা গাওঁ সংযোগী দুটা উপপথ যুক্ত পথ সাজি উলিওৱা হয় যিয়ে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তথ্য-প্ৰযুক্তি উদ্যানখনক সংযোগ কৰিছে।