তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়, ভাৰত চৰকাৰৰ আৰ্থিক সাহাৰ্য্যৰ দ্বাৰা তথ্য-প্ৰযুক্তি বিভাগে অসম ৰাজ্যিক ৱাইড এৰিয়া নেটৱৰ্কৰ দৰে ই-গভাৰ্নেন্স বা ই-প্ৰশাসন প্ৰকল্পসমূহ পৰিচালনা কৰি আহিছে।
- পিঅ’পি অপাৰেচনৰ সংখ্যা: ১৫৩
- এমট্ৰনৰ দ্বাৰা স্থাপিত হোৱা ৰেডিঅ’ তৰংগৰ টাৱাৰৰ সংখ্যা: ১২০
- দিগন্তযুৰি সংযোগ ব্যৱস্থাই আৱৰি ৰখা কাৰ্যালয়ৰ সংখ্যা: ৮১৫
- এমট্ৰনৰ দ্বাৰা নিৰ্ধাৰিত অ’এফচি: (কি:মি)