এমট্ৰনৰ তথ্য কেন্দ্ৰ হৈছে ৯৯.৭% শতাংশ উপলব্ধতাৰ সম্ভাৱনা সম্পন্ন এটা দ্বিতীয় পৰ্যায়ৰ তথ্য কেন্দ্ৰ। এমট্ৰন তথ্য কেন্দ্ৰ বৰ্তমান ১০৫ টা চাৰ্ভাৰৰ যোগেদি সমগ্ৰ নেটৱৰ্ক সেৱা তথা ভৱিষ্যত প্ৰজন্মৰ বাবে ফায়াৰৱাল,আইপিএচ, স্পেম ফিল্টাৰ ইত্যাদিৰ দৰে সুৰক্ষা ব্যৱস্থাৰে সুসজ্জিত ৰূপত আছে।