মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ তথ্য-প্ৰযুক্তি অসম ইলেকট্ৰনিক্স উন্নয়ন নিগম পৰিসীমিত

কৃতিত্ব

শিক্ষণ আৰু প্ৰশিক্ষণ

ফ্ৰেনচাইজীৰ সংখ্যা: ৩৮

  • ‘অ’’ আৰু ‘এ’ পৰ্যায়ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা: ক্ৰমে ৫১৫ আৰু ১০৪ (২০১৫ ৰ জানুৱাৰীৰ হিচাপত) গৰাকী
  • এমট্ৰনৰ পাঠ্যক্ৰমৰ সংখ্যা: ৩৪
  • হিতাধীকাৰীসকল: WDLP আৰু SC
  • এমট্ৰন পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা: ২৬৩৮ গৰাকী
  • নেটৱৰ্কিংত প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা: ৪৭ গৰাকী
  • কৰ্পোৰেট পৰ্যায়ৰ প্ৰশিক্ষণৰ সংখ্যা: ৬৯৮টা (২০১৪ ৰ ডিচেম্বৰলৈ হিচাপ অনুসৰি)