আৰজিচিঈপি হৈছে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী (আধুনিক ভাৰতৰ স্থপতিবিদ আৰু তথ্য-প্ৰযুক্তি বিপ্লৱৰ অগ্ৰদূত) দেৱৰ স্মৃতিত উৎসৰ্গিত এক বিশেষ শিক্ষা ব্যৱস্থা।
- এই ব্যৱস্থাৰে আবৰি ৰখা বিদ্যালয়ৰ সংখ্যা: ৩৫৩২ খন
- প্ৰশিক্ষিত শিক্ষকৰ সংখ্যা: ৭৬, ৯৪০ গৰাকী
- ছাত্ৰ-ছাত্ৰীৰ সংখ্যা: ৭৫, ২৫, ৮০০
- আৰজিচিঈপিৰ অধীনত সেৱা লভিবলৈ যোৱা বিদ্যালয়ৰ সংখ্যা: ২৩০ খন
- আইচিটী অন্তৰ্গত বিদ্যালয়ৰ সংখ্যা: ২২০৯ খন